
'বন্ধুত্বৰ সাঁকো'ৰে অসম সাহিত্য সভাৰ সম্প্ৰীতিৰ নিদৰ্শন

ক'ৰোনা, লকডাউনৰ সময়ৰ অনুভৱ আৰু ভাৱাবেগ সুঁৱৰি অসম সাহিত্য সভাৰ ব্যতিক্ৰমধৰ্মী অনুষ্ঠান

ক'ৰোনা, লকডাউনৰ সময়ৰ অনুভৱ আৰু ভাৱাবেগ সুঁৱৰি অসম সাহিত্য সভাৰ ব্যতিক্ৰমধৰ্মী অনুষ্ঠান


জনজাতীয় সাহিত্য সভাসমূহৰ বিষয়ববীয়াৰ সৈতে অসম সাহিত্য সভাৰ অন্তৰঙ্গ বিনিময়

লামডিংত বহুভাষিক কবি সন্মিলন অনুষ্ঠিত

কাৰ্বি আংলঙৰ হাওৰাঘাটত সভাৰ ‘জ্যোতি দিৱস’ উদ্যাপন

উদ্যোগী উদ্যম, ভৰপূৰ অসম' : থলুৱা যুৱ উদ্যোগীৰ সৈতে অন্তৰঙ্গ আলাপ

অৰুনোদই দিৱস উদযাপন

এমট্ৰনৰ বিশেষজ্ঞৰ দ্বাৰা সভাৰ কৰ্মচাৰীক গ্ৰন্হ ডিজিটাইজেচনৰ প্ৰশিক্ষণ

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

সভাৰ প্ৰতিষ্ঠাপক শৰত্র চন্দ্ৰ গোস্বামীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

চেতনা দিৱস পালন: অসমকেশৰী অম্বিকাগিৰীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

অসম সাহিত্য সভাৰ ডিজিট অগ্ৰগতি

অসম সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভ, গ্ৰন্হ ডিজিটাইজেচন প্ৰকল্পৰ অগ্ৰগতি

অসম সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভ, গ্ৰন্হ ডিজিটাইজেচন প্ৰকল্পৰ অগ্ৰগতি

মুম্বাইৰ অসম ভৱনত এতিয়াৰ পৰা উপলব্ধ হ'ব সভাৰ গ্ৰন্হ

নাট্যসম্ৰাট প্ৰফুল্ল বৰালৈ শ্ৰদ্ধাঞ্জলী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিপণীত পাঠকৰ বাবে উপলব্ধ সভাৰ গ্ৰন্থ

ডিব্ৰুগড়ত সভাৰ গ্ৰন্হ বিপনী উদ্বোধন

তিনিচুকীয়াত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিমূতৰ্ত্তি উন্মোচন

যোৰহাটত সভাৰ ২০২০-২২ বৰ্ষৰ প্ৰথম পূণাঙ্গ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

অসমত চৰকাৰী চাকৰিৰ নিযুক্তিত এশ শতাংশ থলুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ অসম সাহিত্য সভাৰ আহ্বান অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে চৰকাৰক বিশেষ পদক্ষেপ ল'বলৈ দাবী জনোৱাৰ লগতে দ্বাদশ শ্ৰেণীলৈকে অসমীয়া ভাষাক বাধ্যতামূলক কৰিবলৈ দাবী

অসম সাহিত্য সভাৰ তথ্য প্ৰযুক্তি উপ-সমিতিৰ প্ৰথম বৈঠক - অচিৰেই আৰম্ভ হ'ব সভাৰ তথ্য-কোষ আৰু ডিজিটেল আৰ্কাইভ

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াদেৱে যোৰহাটত অৱস্থিত সভাৰ কেন্দ্ৰীয় কাৰ্যালয় পৰিদৰ্শন কৰে আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে |

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াদেৱে যোৰহাটত অৱস্থিত সভাৰ কেন্দ্ৰীয় কাৰ্যালয় পৰিদৰ্শন কৰে আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে |

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সঞ্চালক অধ্যাপক টি জি সীতাৰামে আদৰণি ভাষণ আগবঢ়ায়।


অসম সাহিত্য সভাৰ কাৰ্য পৰিকল্পনা সন্দৰ্ভত সমূহীয়া প্ৰচেষ্টাৰে কাম কৰি যোৱাৰ উদ্দেশ্যে প্ৰৱাসী অসমীয়াৰ সৈতে ভাৰ্চুয়েল বাৰ্তালাপৰ কৰ্মশালা

অন্তৰংগ আলাপ : অসম সাহিত্য সভা আৰু অসমৰ যুৱ প্ৰজন্ম

ৱিকিপিডিয়াত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ প্ৰয়াসেৰে অসমীয়া ৱিকিপিডিয়া সমাজ আৰু অসম সাহিত্য সভাৰ যৌথ উদ্যোগত ৱিকিপিডিয়াৰ কৰ্মশালা

অল ইণ্ডিয়া ৰেডিঅ’ত যৌথ সাধু কোৱা অনুষ্ঠান

ডিজিটেল মঞ্চৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সভাৰ পৰিকল্পনা অসমীয়া পুথি অনুবাদ কাৰ্যক উদগনি প্ৰদান